Glimpses of Convocation Ceremony 2025
Glimpses of Convocation Ceremony 2025
Glimpses of Convocation Ceremony 2025
Welcome to Cotton University View more
Study @ CU View more
Research View more
Outreach Activities View more

কটন বিশ্ববিদ্যালয়লৈ স্বাগতম

কটন বিশ্ববিদ্যালয় হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। পূৰ্বতে কটন কলেজ নামেৰে জনাজাত এই প্ৰতিষ্ঠানখন ১৯০১ চনত বৃটিছ শাসিত অসমৰ তদানীন্তন মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে প্ৰতিষ্ঠা কৰে ৷ ২০১১ চনত অসম বিধান সভাই প্ৰণয়ন কৰা এখন আইনৰ জৰিয়তে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু কটন কলেজক একত্ৰিত কৰাৰ লক্ষ্যৰে ২০১৭ চনত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।  

বিশ্ববিদ্যালয়খনে ২০২০ চনৰ মে' মাহত নেচনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক ৰেংক তালিকাত ১৫০ৰ পৰা ২০০ৰ ভিতৰত স্থান লাভ কৰি দেশৰ শীৰ্ষ ২০০ টা প্ৰতিষ্ঠানৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে |

অধিক পঢ়ক

বঁটা আৰু স্বীকৃতি

শিক্ষাৰ্থীৰ কৃতিত্ব

পলকতে বিশ্ববিদ্যালয়খন

0

শিক্ষকমণ্ডলী

0

কৰ্মচাৰীবৃন্দ

0

প্ৰকাশন

0

প্ৰকল্প

0

উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থী

0

স্নাতক শিক্ষাৰ্থী

0

স্নাতকোত্তৰ শিক্ষাৰ্থী

0

পি এইচ ডি গৱেষক

সাম্প্ৰতিক পদক্ষেপ

কটন @সামাজিক মাধ্যম

ফেচবুক